ভূপেনদালৈক্ষমাপ্ৰাৰ্থনাৰেঃ
ভূপেনদা !
আপুনিগ’লভালেইহ’লদিয়ক
ৰসাতলৰপৰাউঠিআহিপ্ৰতিটো৫নবেম্বৰত
আপোনাকমনতপেলোৱাৰবাহানাকৰিম ;
গীতগাম
কবিতামাতিম
আৰুজুৱাচোৰবোৰৰসৈতে
নিশাডুবিযামসুৰাৰবন্যাত৷
ধুই !
জাতিগ’লভাষাগ’লকিঘান্টাহ’ল ?
আপোনাৰদিৱসপতাৰৰাহীটকাৰে
সন্ধিয়াবজাৰৰপৰালৈযামডাঙৰমাছ
অথবাতেলালহাঁহ৷
আপুনিহেনোমাটিতবহিভাতখাইভালপাইছিল
?
হাঃহাঃহাঃআমিলেটিলৈভালপাওঁগেলাত৷
মা-কচম !
সঁচাইকৈছো
আমিতামামভক্তআপোনাৰ
চলিবতোলাগিবদিয়কচোন !
ইলেকচনতনেতাৰদালালিআৰুএৰিয়াৰপ্ৰতিটোদুইনম্বৰীকমিছনআমাৰ৷
আমিজাতিহত্যাৰদালালিখাওঁ
মাতৃভাষাৰশৰাধপাতোদৈনিক৷
চাল্লাজামানাইএয়া
নাকভাঙিদিম
কোনমাইকালালেপ্ৰশ্নকৰেআমাক৷
ভূপেনদা !
বেয়াপালেন ?
চহৰীয়াৰাতিৰফপৰাকেইটাইওজানে
অসমীয়াৰআয়ুসৰেখাৰগভীৰতা ;
বেকাৰবকৱাজকৰিলাভনাই
মাকচমখাওপিয়’আয়েচকৰো
পেগএটালবনেকিভূপেনদা ?
ভূপেনদা !
আপুনিমৰিলভালেইহ’ল
পূজাৰপিছতবিৰক্তমেলামুখীঅসমীয়াৰ
ক্ষণিকমনোৰঞ্জনৰউপায়হৈথাককদুদিন৷
নাইনাইএতিয়াইনাপাহৰোআপোনাক !
আৰুদুটাবছৰচান্দাতুলিলওঁদিয়ক
জুটিলগাইখাইলওঁ
ডাঙৰমাছআৰুতেলালহাঁহ !
খংকৰিছে ?
গালিদিছেআমাক ?
হাঃহাঃহাঃ
বেকাৰইমোশ্যনেলহৈলাভনাইভূপেনদা
সময়তআপুনিওতোএকোডালকৰিবনোৱাৰিলে৷
মাথোগীতগালে
জাতি -মানুহ -বিশ্ব
ধেই ! পাট্টাদিলেজানোকোনোবাই ?
সৰুতেএনেকৈভবানাছিলোহে !
এতিয়াদেখোসমাজখনএনেকৈয়েচলিছে
ফিফটিসঁচাফিফটিঅভিনয়৷
চাল্লা , কিছুমানমানুহে
বেকাৰলাফৰাকৰেহে !
অ’কে, গুডবাইভূপেনদা
আকৌআহিবঅহা৫নবেম্বৰত
চান্দাতুলিম , ৰভাপাতিম
ৰেদিকৰিথমচাকনা
No comments:
Post a Comment