ঘৃণা
কিমানঘৃনাসিচিবি
কিমানআন্ধাৰতদংশনকৰিবিসহোদৰক
ধুসৰৰাতি
নিশব্দেতইকেকুঁৰিতখাপপাত
গোপনেজুইদিয়মোৰপঢ়াকোঠাত
মোৰঅহাযোৱাবাটত
পেলাইথৈযাৱতোৰবিষাক্তললাট৷
তইখংউঠিলেইখাবখোজ
মোৰমগজুৰঅমলেট
ছিঙিবখোজঅধিকাৰবিচৰাভাইটোৰ
প্ৰিয়তৰ্জনী৷
মহাজনৰচলাহীকথাত
বজাৰতবিক্ৰীকৰমাতৃক৷
ৰাজপথেৰেযোৱাপ্ৰতিটোমিচিলৰশব্দত
তইভয়তকঁপিউঠ৷
তইঅক্টোপাছৰদৰে
ডিঙিচেপিবখোজমোৰপ্ৰতিটোচিন্তা
আৰুসৃষ্টিক৷
তইভয়খাৱ
উপান্তকৃষকৰকাঁচিক
তইঘৃণাকৰশ্ৰমিকৰঘামৰগোন্ধ
অথবাতেজলগাসৈনিকৰচোলা৷
জুলিয়াছফুচিকৰকবিতাকতইঘিণকৰ
বেঞ্জামিনৰকবিতাশুনি
তইগুলীয়াইমাৰস্বাধীনতাক
স্বজাতিৰবধ্যভূমিত
তইমদেভাতেভোজখাৱ
আৰুশুইপৰসহোদৰৰলাওঁখোলাতমুৰথৈ৷
এবাৰমুখাখনখুলিথৈআহ
পদুলিতখুলিথৈআহঘৃণাৰপাদুকাতোৰ
এবাৰমোৰসতেজাগিচাচোনৰাতি
এবাৰমাথোএবাৰ
এবাৰমাথোএবাৰ
বুকুতহাতথৈচা
এবাৰধমনীতহাতথৈচাপিতৃৰতেজ
মোৰদুচকুতচকুথৈচা
কলিজাতকিমানআছেতাপ
জীৱনৰকঠিনশীততউমদিবপৰাকৈ৷
No comments:
Post a Comment