বিপুলৰ চ’ক
নাউমান বিপুলৰ চ’কটু
বাহঁৰ চুপত লুকে থাকে
দিপৰা ৰ'দে পাখৰা কৰা চ’ক টুত
আধানমান জিৰোয় ফালঙি বাই
“এ বিপুল , বিড়ি এটা দি এ৷”
বাইৰখ অল চ’কটুত দিপৰা চকখাই মৰে
বন্নিবেইৰা বুঢ়ী৷
চ’কটুৰ পে জানটুক লেগি
কুমৰা এটাই বুলে ঘূৰি ফুৰে দভাগ ৰাতি৷
মাষ্টন্নী আউবে স্কুলৰপে আহাতে
কমলাৰঙৰ অৰেঞ্জ বিস্কুটৰ পাকেটটু
বিপুলৰ দকনোৰ পে কিনে৷
বিপুলৰ দকনোৰ চাইৰানাৰ লজনদেখি
আমাৰ জিভাৰ পানীপৰে৷
'আৰেফুইটা' চিচাৰবাকচ আৰু
বাহোৰ চাইত্তাখুটাত
বিপুলৰ দকনখান অলমিথাকে
জাৰেজহে৷
আউবে মইৰবা কুৰিবছৰমানে হল হপায়
বন্নিবেইৰা বুঢ়ীৰ নাইতাকৰ চলি
ইংলিছস্কুলত যাবাপাৰা হ’ল৷
আকদিন একটেইকা ব্লেড এখান কিনবাযতে খুচৰা নাছিল৷
কেৰা বিপুলে মুখপেকটে কয়-
“বাপু বাকী দিবা পাৰবাৰনাই দ্যা৷ ”
চবে জানে
বিপুলে আজিকালি বাকী নেদেকাকো !
আজিওপকধৰানাইবিপুলৰচুলি
বাহৰচাইত্তাখুটাৰউপাৰতচিচাৰবাকচটু
আজিওপুৰানহনাই৷
আজিপিছেবিড়িখুজিখ
বন্নিবেইৰাবুঢ়ীনাই
বিপুলৰচিচাৰবাকচশুৱেনিকৰা
অৰেঞ্জবিস্কুটোনাই৷
আজিকালি
বিপুলৰদকনোকধূলাখুৱে
পাকাৰাস্টাইদিদভাগৰাতিকগেলি
হৌহৌৱেচলিথাকে
দামীদামীগাড়ী৷
সৰুকনেআইহলিমাতদেই
“অ’খুট্টেআছ ? ”
“আছুদ্যা ! ”
চাইত্তামানফিলটাৰৰপাকেটআৰু
হাৱাযচিপচৰপাকেটকেটাকপহৰাদি
বিপুলবহিথাকেচ’কটুৰখি৷
তাৰএটাইআশা
গইধলাগইন্ধাৰচলিগেলাআহিআড্ডামাইৰবো
বিপুলৰমনটু
No comments:
Post a Comment