Monday, 20 March 2017

স্বাধীনতাদিৱস !
তোমাৰভয়তেইনিষিদ্ধৰাতি
সুৰক্ষাবিচাৰি
মৰিশালীৰআন্ধাৰ
দুহাতততেজলগা
গৰ্বিতৰাষ্ট্ৰৰপতাকা

তোমাৰনিৰাপত্তাৰবাবেইসহস্ৰলাঠিবেয়নেট
সৰিয়হতলীৰকনচেনট্ৰেছনকেম্পতফেচাৰচিঞৰ
শুকানজুলীৰফায়াৰিংস্কোৱাদত
মোৰমৃতসুহৃদ

তোমাৰদিৱসটোআহিলেই
সুগন্ধীৰেগাধোৱেচৌখিনদেৱতাই ,
মিজোৰামৰপৰাতেলেংগানালৈ
কাকপথাৰৰৰপৰাগৌৰাংৰপাৰলৈ
তোমাৰঅস্থিকঢ়িয়াই
দেৱতাইশৰাধপাতেপথাৰআৰুমানুহৰ

তুমিদাতনিকটাইমৰিআছিলানগাভূমিত
তুমিগোন্ধাইগৈছিলাদিঘেলীআৰুবেলশৰত
বিষ্ণুৰাভাৰহাততপঘালগাই
তুমিপিছদুৱাৰেদিপলাইছিলা

স্বাধীনতাদিৱস !
তুমিনেহেৰুআৰুজিন্নাৰমাজনিশাৰচিয়াৰছ
মাউন্টবেটেনৰপকেটৰসুগন্ধীচিগাৰ
নেতুমিগান্ধীৰচকুপানী ?

বহুঘৃণাআৰুৰক্তৰবিনিময়ত
তোমাৰডিঙিত 69 টাসোনৰমেডেল !
হেস্বাধীনতাদিৱস ,
তোমাৰৰণচক্ৰান্তত
মুক্তসূৰ্যটোডুবিযায়দোকমোকালি ,
তোমাৰমেডেলৰভৰত
হাউলীপৰেদেশ
এইবাৰহাইজেককৰাবোমাটো
কাৰনামতপুতিবা ,
যিয়েতোমাকদিবপাৰেআৰুকেইটামান
মেডেলৰনিশ্চয়তা


( পূৰ্বতেলেখাঅলপসালসলনিকৰি )

No comments:

Post a Comment