Monday, 20 March 2017

শ্ৰমিকৰদুচকুজ্বলে
ঘামৰগোন্ধবোৰপুৰিপুৰি
কুকুঁহাউৰে !
হৰতাল
চিঞৰবোৰশ্লোগান !
স্তব্ধৰাজপথত
চোঁচৰাইলৈযায়শ্ৰমিক
বেয়নেটৰআগতকন্ঠ৷

আজিচকাঘূৰানাইবিলাসীগাড়ীৰ
ঘূৰানাইফেক্টৰীৰধুৰা৷
শ্বপিংমলৰসমূখতআজিনাই
সৰুভাইটোৰ
১২ঘন্টীয়াআঠুৰবিষ
বিনিময়ততিনিহেজাৰচেলাৰী
দৈনিকদহটকাৰবকচিচ৷

বণিকৰভাগ্যচকাৰব্ৰেকনাই
ব্ৰেকশ্ৰমিকৰজীৱনৰ৷
ৰাতিকলীপেহীৰআখলৰজুইনজ্বলে
বানপানীয়েউচনকৰাপথাৰত
মধ্যভোগীয়েমাটিআঁচোৰে
কোনোৱেকৈযায়
কলীপেহীৰভেটীতস্মাৰ্টচিটিগজিব
কলীপেহীৰবুকুখনকুৰুকিকুৰুকিখাব৷

পুনৰকোনোবাইভোটতজিকিলেহেনো
কুকুৰামাৰিভোজনিদিয়েগঞাই
বনিকৰচোতালতমৰসবাহবহে
ৰাজনীতিৰআখলতসিজে
শ্ৰমজীৱীৰমাংস৷
আজিসকলোস্তব্ধ৷

ৰাজপথউন্মাদ৷

No comments:

Post a Comment