Monday, 20 March 2017

এদিনগুলীবিদ্ধগুৱেভাৰা
আৰুএখনঅৰণ্য
কিনামহবপাৰেঅৰণ্যখনৰ ?
চিয়েৰামায়েষ্ট্ৰা
চাংলাং ?
নেহিমালয়ৰবুকুৰেনামিআহি
ভৈয়ামতশুইপৰা
ছানদ্ৰুপজংখাৰ ?

নৈখনৰনাম
হয়তোহবপাৰেচেন্দুইন
হাউকা
বাৰিঅকিউট
মানুহজনএজনমেক্সিকান
অথবাঅসমীয়া !

নৈখনৰপৰা
বেয়নেটেৰেআঁকিবনোৱা
এটিঅনামীসৰুজুৰি
তাতেমুখলগাইআঁতৰেসুগৰীপহুৰপিয়াহ
অথবাস্নানকৰেবনকুকুৰাই

কাষতেশিলতমুৰথৈ
শুইপৰেগুলীবিদ্ধগুৱেভাৰা
মেগাজিনতমাথোএটিয়েইগুলী
গভীৰনিশা
সাৰেথাকেঅৰণ্য
মুক্তি

অথবামৃত্যু !

No comments:

Post a Comment